Source

আইকনসমূহ

Bootstrap ৰ সৈতে বাহ্যিক আইকন লাইব্ৰেৰীসমূহ ব্যৱহাৰ কৰাৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শসমূহ।

বুটষ্ট্ৰেপত অবিকল্পিতভাৱে এটা আইকন লাইব্ৰেৰী অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু আমাৰ ওচৰত আপোনাৰ বাবে নিৰ্ব্বাচন কৰিবলে মুষ্টিমেয় পৰামৰ্শ আছে । বেছিভাগ আইকন ছেটসমূহে একাধিক নথিপত্ৰ বিন্যাসসমূহ অন্তৰ্ভুক্ত কৰিলেও, আমি সিহতৰ উন্নত অভিগম্যতা আৰু ভেক্টৰ সমৰ্থনৰ বাবে SVG প্ৰণয়নসমূহক পছন্দ কৰো।

পছন্দৰ

আমি নিজেই এই আইকন চেটসমূহ পৰীক্ষা কৰি ব্যৱহাৰ কৰিছো।

অধিক বিকল্প

আমি এইবোৰ চেষ্টা কৰা নাই যদিও, সিহঁতক আশাব্যঞ্জক দেখা যায় আৰু একাধিক বিন্যাস প্ৰদান কৰে—SVG অন্তৰ্ভুক্ত কৰি।